অসমশীৰ্ষ

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিভিন্ন নেতাৰ উপস্থিতত মিৰ্জাত মহিলা সমাৰোহ

নিউজ ডেস্ক, প্ৰথম খবৰ: শণিবাৰে দক্ষিণ কামৰূপৰ মিৰ্জাত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত আৰু অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ উদ্যোগত অনুষ্ঠিত হয় এক মহিলা সমাৰোহ শীৰ্ষক অনুষ্ঠান৷

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সমাৰোহত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত অংশগ্ৰহণ কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, নৱ দলেকে ধৰি কেইবাগৰাকী বিধায়কে। ৰাজ্য চৰকাৰৰ দুবছৰীয়া বৰ্ষপূৰ্তিৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা এই মহিলা সমাৰোহত সহযোগ আগবঢ়ায় গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গত বিধানসভা সমষ্টিসমূহৰ পৰা অহা প্ৰায় পাঁচ হাজাৰ মহিলাও৷

Related Articles

Leave a Reply

Close