শীৰ্ষৰাষ্ট্ৰীয়

মুম্বাইপৰা কলিকতালৈ যোৱা জাহাজ ভষ্মীভূত

নেচনেল ডেস্ক,প্ৰথম খবৰ: মুম্বাইৰ কৃষ্ণপট্টনমৰপৰা কলিকতালৈ যোৱা MVSSL জাহাজত অগ্নিকাণ্ড। জাহাজখনৰ কণ্টেনাৰত বিস্ফোৰণ ঘটাৰ বাবে এই অগ্নিকাণ্ড সংঘটিত হয়। জাগাজখনত থকা মুঠ ৪৬৪ কণ্টেনাৰৰ ভিতৰত ৬০ টা কণ্টেনাৰ ভষ্মীভূত হয়। জাহাজখনত থকা মুঠ ২২জন ক্ৰু-মেম্বাৰৰ ভিতৰত ১১জনক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close