অসম

মূল্য বৃদ্ধিৰ লামডিংত কংগ্রেছৰ প্ৰতিবাদ

প্ৰথম খবৰ,লামডিং:সৰ্বভাৰতৰ সৈতে সংগতি ৰাখি লামডিঙতো কংগ্ৰেছে চাইকেল ঠেলি ঠেলি সাব্যস্ত কৰিলে প্ৰতিবাদী কাৰ্য ৷ ৰন্ধন গেছৰ মূল্য,পে’ট্ৰল,ড্ৰিজেলৰ লগতে দৈনন্দিন ব্যৱহৃত সামগ্ৰী আকাশলঙ্ঘী মূল্য বৃদ্ধিৰ প্ৰতিবাদত লামডিঙত ওলাই আহিল লামডিং ব্লক কংগ্ৰেছী৷ কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে লামডিঙত সৰৱ হৈ পৰিল কংগ্ৰেছী৷ লামডিং কংগ্ৰেছৰ কৰ্ম কৰ্তা,সদস্য,মহিলা কংগ্ৰেছী সহ এন এচ ইউ ৱাইৰ সদস্যৰ সৈতে হাতে হাতে চাইকেল লৈ লামডিঙত সাব্যস্ত কৰিলে এই প্ৰতিবাদ৷

Related Articles

Leave a Reply

Close