অসম

মৰাণত বিদ্যুৎ যোগান আঁচনিৰ অধীনত আধাৰশিলা স্থাপন

প্ৰথম খবৰ,মৰাণ:মৰাণ নগৰত উন্নত বিদ্যুৎ যোগানৰ বাবে কেন্দ্ৰ চৰকাৰৰ ইন্টিগ্ৰেটেড পাৱাৰ ডেভল্পমেন্ট আঁচনিৰ অধীনত ৪ কোটি ৯২ লাখ টকাৰে নিৰ্মাণ হ’ব লগীয়া বিদ্যুৎ যোগান আঁচনিৰ কামৰ আধাৰ শিলা স্থাপন কৰে মাহমৰা সমষ্টিৰ বিধায়ক যোগেন মহনে। এই আঁচনিৰ যোগেদি নগৰখনৰ মুঠ ৮,৪৩৪ টা গ্ৰাহকক পৰিয়ালক সামৰি লোৱা হ’ব আৰু নগৰখনত বাদ পৰি থকা সকলো গ্ৰাহকে সুবিধা লাভ কৰিব।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close