অসম

মৰাণৰ দিৰৈ নদীত মৃতদেহ উদ্ধাৰ

মৰাণৰপৰা ৰাজু মিশ্ৰ,প্ৰথম খবৰ: মৰাণ হিংৰীজানত দিৰৈ নদীত সলিল সমাধি ঘটা অমন মুণ্ডাৰ মৃতদেহ উদ্ধাৰ কৰিলে ডুবাৰু বাহিনীয়ে( এইচ ডি আৰ এফ বাহিনীয়ে)। উল্লেখ্য যে মৰাণ হিংৰীজান তেলবাৰী লাইনৰ অমন মুণ্ডাই মঙ্গলবাৰে স্থানীয় এগৰাকী মহিলা মৃত্যু হোৱাত মহিলা গৰাকীৰ মৃতদেহ শেষকৃৰ্ত সমাপন কৰি দিৰৈ নৈ দলঙৰ সমীপত দিৰৈ নদীত গা ধুবলৈ গৈ সলিল সমাধি ঘটিছিল।

Related Articles

Leave a Reply

Close