অসমশীৰ্ষ

মৰিগাঁৱত এন আৰ চি সংক্ৰান্তীয় উচ্চ পৰ্যায়ৰ বৈঠক

নিউজ ডেস্ক, প্ৰথম খবৰ: বৃহস্পতিবাৰে এন আৰ চিক লৈ মৰিগাঁৱত অনুষ্ঠিত হয় এখন উচ্চ পৰ্যায়ৰ বৈঠক। এই বৈঠকত দেশৰ মহাপঞ্জীয়ক শৈলেশ, যুটীয়া গৃহ সচিব সৈত্যেন্দ্ৰ গাৰ্গ, ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ লগতে ৩ জিলাৰ উপায়ুক্ত আৰু অসম চৰকাৰৰ বহু শীৰ্ষ বিষয়াই অংশগ্ৰহণ কৰে আৰু এন আৰ চি সম্পৰ্কীয় গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয়৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Check Also

Close
Close