অসম

শোকাবহ দুৰ্ঘটনাত সাংবাদিকৰ মৃত্যু

নিউজ ডেস্ক, প্ৰথম খবৰ:  চতিয়াত এক শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হৈছে। এখন দ্ৰুতবেগী বলেৰ’ৱে মহতিয়াই বাইক আৰোহীক। থিতাতে নিহত হয় কাব্য হাজৰিকা নামৰ যুৱ সাংবাদিকজন। এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলত গভাৰ শোকৰ ছাঁ পৰিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close