শীৰ্ষৰাষ্ট্ৰীয়

সংঘৰ্ষ অব্যাহত আছে শ্বিলঙত

নেচনেল ডেস্ক, প্ৰথম খবৰ: বাছ কৰ্মচাৰী আৰু জনতাৰ মাজত হোৱা সংঘৰ্ষই চৰম ৰূপ ধাৰণ কৰিছে শ্বিলঙত। যোৱা তিনিধৰি সান্ধ্য আইন জাৰি কৰি ৰখাৰ মাজতে সংঘটিত হিংসাত্মক ঘটনা সংঘটিত হৈ আছে। যোৱা নিশা ২ বজালৈকে চহৰখনৰ বৰবজাৰ, হৰিজন কলনী, পাঞ্জাৱী লাইন আদি অঞ্চলত সেনা আৰু স্থানীয় লোকৰ মাজত তুমুল সংঘৰ্ষ। সেনলৈ একাংশ জনতাই শিল বৰ্ষণ কৰে আৰু পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে সেনাই কন্দুৱা গেছ নিক্ষেপ কৰিছে। বৰ্তমানো শ্বিলঙত হিংসা অব্যাহত আছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close