অসমশীৰ্ষ

সোণাপুৰত প্ৰসিদ্ধ ভাষ্কৰ্য শিল্পীক মুখ্যমন্ত্ৰীৰ ২০১৮ ৰ বিষ্ণু ৰাভা বঁটা প্ৰদান

নিউজ ডেস্ক, প্ৰথম খবৰ: ৰাভা দিৱস উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হোৱা ৰাভা দিৱস উদযাপন অনুষ্ঠানৰ সমান্তৰালকৈ আজি অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগতো সোণাপুৰ মিনি ষ্টেডিয়ামত আয়োজন কৰা হয় বিষ্ণু ৰাভা দিৱস। অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকে আদি কৰি মন্ত্ৰী নৱ কুমাৰ দলে, বিধায়ক অতুল বৰা, ৰমেন্দ্ৰ নাৰায়ণ কলিতা, সাংসদ প্ৰদান বৰুৱা সহিতে বহু গণ্য–মান্য ব্যক্তি উপস্থিত থকা আজিৰ এই অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ২০১৮ বৰ্ষৰ বিষ্ণু ৰাভা বঁটা প্ৰদান কৰে প্ৰসিদ্ধ ভাষ্কৰ্য শিল্পী জনক ঝংকাৰ নাৰ্জাৰী আৰু নৃত্যশিল্পী গুণেশ্বৰ ভূঞাক৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close