অসম

সোণাৰিত বাঘৰ সন্ত্ৰাস

সোণাৰিৰপৰা মিতুপৰ্ণ গগৈ,প্ৰথম খবৰ:
সোণাৰি নগৰৰ সেউজীয়া পামত বাঘৰ সন্ত্ৰাস৷ বানপানীৰ মাজতে বাঘে ভক্ষণ কৰিলে গৰু৷ পবিন গগৈৰ গোহালিত বাঘে ভক্ষণ কৰিলে গৰু৷ ইয়াক কেন্দ্ৰ কৰি আতংকিত হৈ পৰিছে স্থানীয় ৰাইজ৷

Related Articles

Leave a Reply

Close