অসমবিনোদন

“হেপ্পী বাৰ্থডে” মিথুনদা!

এণ্টাৰটেইনমেণ্ট ডেস্ক, প্ৰথম খবৰ: আজি বলিউডৰ ‘ডিস্ক ডান্সাৰ ‘ অৰ্থাৎ মিথুন চক্ৰৱৰ্তীৰ জন্মদিন। আজিৰে পৰা মিথুন দাই ভৰি দিলে ৬৬ বছৰ বয়সত। মিথুন চক্ৰৱৰ্তীৰ আচল নাম গৌৰংগ চক্ৰৱৰ্তী। চিনেমা জগতলৈ অহাৰ পূৰ্বে তেওঁ নস্কালী সংগঠনৰ লগত জড়িত আছিল আৰু এটি দুৰ্ঘটনাত তেওঁৰ ভাতৃৰ মৃত্যু হোৱাত তেওঁ সেই সংগঠনৰ পৰা আঁতৰি আহে। ইয়াৰ পিছত ১৯৭৬ চনৰ পৰা তেওঁ অভিনয় জগতৰ লগত জড়িত হৈ পৰে। “মৃগয়া” তেওঁ অভিনীত প্ৰথমখন ছবি। এইখন ছবিৰ বাবে এইগৰাকী অভিনেতাই ৰাষ্ট্ৰীয় পুৰষ্কাৰো লাভ কৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close