খেলৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

২০১৮ ফিফা বিশ্বকাপ এৰিলে জাৰ্মানীয়ে

স্পোৰ্টচ ডেস্ক, প্ৰথম খবৰ: ৰাছিয়াত চলি থকা ফিফা বিশ্বকাপ ২০১৮ৰ পৰা বাহিৰ হ’বলগীয়া হ’ল ডিফেণ্ডিং চেম্পিয়ন জাৰ্মানী। বুধবাৰে ২-০ গ’লত দক্ষিণ কোৰিয়াৰ হাতত পৰাস্ত হৈ বাহিৰ হ’ল জাৰ্মানীৰ দলটো৷ আনহাতে বিশ্বকাপৰ প্ৰি–কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিলে ব্ৰাজিল আৰু ছুইজাৰলেণ্ডে। বুধবাৰে অনুষ্ঠিত গ্ৰুপ ‘ই’ৰ অন্তিমখন মেচত ব্ৰাজিলে ছাৰ্বিয়াক ২-০ গ’লত পৰাস্ত কৰাৰ লগতে কোষ্টাৰিকাৰ বিৰুদ্ধে ২–২ গ’লত ড্ৰ’ হ’ল ছুইজাৰলেণ্ড৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close