অসমখেল

২১ অক্টোবৰত ভাৰত-ৱেষ্ট ইণ্ডিজৰ প্ৰথমখন এদিনীয়া ক্ৰিকেট মেচ গুৱাহাটীৰ বৰ্ষাপাৰাত

স্পৰ্টচ ডেস্ক, প্ৰথম খবৰ: অসমৰ ক্ৰিকেট প্ৰেমী ৰাইজৰ বাবে সু-খবৰ৷ অহা ২১ অক্টোবৰত গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজৰ ৫ খনীয়া শৃংখলাৰ প্ৰথমখন এদিনীয়া মেচ৷

উল্লেখ্য যে অসম ক্ৰিকেট সন্থাৰ সম্পাদক প্ৰদীপ বুঢ়াগোহাঁয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে ২১ অক্টোবৰত বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া এই ডে-নাইট মেচখন পূৰ্বে ২৭ অক্টোবৰত অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও অহা ২১ অক্টোবৰত দিনৰ ১.৩০ বজাৰ আৰম্ভ হ’ব এই মেচখন৷

Related Articles

Leave a Reply

Close