শীৰ্ষৰাষ্ট্ৰীয়

২৪ ঘণ্টাৰ ভিতৰত বন্ধ হ’ব পাৰে দিল্লীৰ মেট্ৰ’ সেৱা

নেচনেল ডেস্ক, প্ৰথম খবৰ:মুম্বাইৰ দৰে দিল্লীতো ২৪ ঘণ্টাৰ ভিতৰত বন্ধ হৈ পৰিব পাৰে দিল্লীৰ লাইফ লাইন ৰূপে পৰিগণিত মেট্ৰ ৰেল সেৱা। ২৯ জুন শুক্ৰবাৰৰপৰা দিল্লী মেট্ৰ’ৰ ৯০০০ কৰ্মচাৰীয়ে অনিৰ্দিষ্টকালীন অনশনৰ কাৰ্যসূচী ঘোষণা কৰিছে। যদিহে কৰ্মচাৰী সকলে ঘোষণা কৰাৰ মতে অনশনত বহে,তেন্তে ২৪ ঘণ্টাৰ ভিতৰত বন্ধ হৈ পৰিব দিল্লীৰ মেট্ৰ সেৱা।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close