বিনোদনশীৰ্ষৰাষ্ট্ৰীয়

৩০ জুনত আকাশ আম্বানীৰ এংগেজমেণ্ট

নেচনেল ডেস্ক,প্ৰথম খবৰ: আগন্তুক ৩০ জুনত মুকেশ আম্বানীৰ জ্যেষ্ঠ পুত্ৰ আকাশ আম্বানী আৰু শ্লোকা মেহতাৰ এংগেজমেণ্ট পাৰ্টীৰ আয়োজন কৰিছে। পাৰ্টীৰ নিমণ্ট্ৰনী পত্ৰখন ডিজিটেল হোৱাৰ লগতে ‘কাই পোচে’ ছবিখনৰ ‘শুভাৰম্ভ ও শুভাৰম্ভ মংগল বেলা’ গীতটো বজোৱা হৈছে। ইয়াৰোপৰি শ্লোকা আৰু আকাশৰ ফটোসহ,আঙুঠি পিন্ধোৱা সময়ো উল্লেখ কৰা হৈছে। আকাশ-শ্লোকাৰ নামত প্ৰতীক এটাও লগোৱা হৈছে নিমন্ত্ৰনী পত্ৰখনত।

 

 

 

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close