অসম

ৰহাত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ জোৰ সমদল

ৰহাৰপৰা পলাশ হাজৰিকা প্ৰথম খবৰ: ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ৰহাতো অব্যাহত আছে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ৷ জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে (ৰহা) শুক্ৰবাৰৰ নিশা নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে জোৰ সমদলৰে ৰহা নগৰ কৰিলে উত্তাল। সংগঠনটোৰ শতাধিক সদস্যৰ উপস্থিতিত ৰহা পুৰনা চাৰিআলিস্থিত কাৰ্যালয়ৰ পৰা উলিওৱা জোৰ সমদলটোত “বিজেপি চৰকাৰ হায় হায়” “তেজ দিম মাতি নিদিও” আদি শ্লোগানৰে ৰহা উত্তপ্ত কৰি তুলে৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close