অসম

ৰহাত শিক্ষকৰ প্ৰতিবাদ

ৰহাৰপৰা পলাশ হাজৰিকা,প্ৰথম খবৰ:ৰহাত প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰতিবাদ। কপিলী প্ৰাথমিক শিক্ষাখণ্ডৰ কাৰ্যালয়ত তলা বন্ধ কাৰ্যসূচী। নিৰ্দ্ধাৰিত প্ৰতিবাদী কাৰ্যসূচীৰ অংশ হিচাপে সোমবাৰে কপিলী প্ৰাথমিক শিক্ষক সন্মিলনীয়ে কপিলী প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত পুৱা তলাবন্ধ কাৰ্যসূচী ৰূপায়ণ কৰি দৰমহাৰ বৈষম্য দূৰ কৰাৰ লগতে তেওঁলোকৰ দাবীসমূহ শীঘ্ৰে পূৰণৰ দাবী জনায়।

Related Articles

Leave a Reply

Close