অসমশীৰ্ষ

ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ বৈঠক

নিউজ ডেস্ক, প্ৰথম খবৰ: নাগৰিকত্ব সংশোধনী বিধেয়ক আৰু ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতিৰ বিষয়ে বুজ লবলৈ শুক্ৰবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আয়োজন কৰে এখন বৈঠক।

অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা ঋষীকেশ গোস্বামী, আইন উপদেষ্টা শান্তনু ভৰালী, মুখ্য সচিৱ টি ৱাই দাস আৰু এ ডি জি পি পল্লৱ ভট্টাচাৰ্যৰ উপস্থিতিত অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা এই বৈঠকত উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাকে ধৰি মুঠ ২৮ জনগোষ্ঠীয় ছাত্ৰ সংগঠনৰ বিষয় ববীয়া৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close