অসমশীৰ্ষ

ৰেৱতী ফুকনৰ সন্ধানক লৈ অসম আৰু কেন্দ্ৰীয় চৰকাৰলৈ উচ্চতম ন্যায়ালয়ৰ জাননী

নিউজ ডেস্ক, প্ৰথম খবৰ: ৰেৱতী ফুকনৰ সন্ধান বিচাৰি অসম আৰু কেন্দ্ৰীয় চৰকাৰলৈ শুক্ৰবাৰে জাননী প্ৰেৰণ কৰে উচ্চতম ন্যায়ালয়ে। ৰেৱতী ফুকনৰ পুত্ৰ কৌশিক ফুকনৰ আৱেদনৰ ভিত্তিত ১৪ দিনৰ ভিতৰত ৰেৱতী ফুকনৰ স্থিতি স্পষ্ঠ কৰিবলৈ নিৰ্দেশ দিয়ে ন্যায়ালয়ে৷

২২ এপ্ৰিলৰ পৰা সন্ধানহীন হৈ থকা পিচিজিৰ সদস্য ৰেৱতী ফুকন সন্দৰ্ভত দুজনীয়া বিচাৰপীঠৰ শুনানিৰ অন্তত এই ৰায় প্ৰদান কৰে আদালতে৷

Related Articles

Leave a Reply

Close