অসম

মুকালমুৱাত গাঞ্জা সৰবৰাকাৰী আটক

প্ৰথম খবৰ,মুকালমুৱা:মুকালমুৱাৰ ৰামপুৰত গাঞ্জা সহ এজনক আটক ৷ দৌলাশাল আৰক্ষীয়ে আটক কৰে গাঞ্জা ব্যৱসায়ীজনক ৷ আটকঅাধীন ব্যক্তিজন নুৰজামাল আলী ৷ ধৃত নুৰজামালৰ ঘৰ ৩ নং লাৰকুছিত৷ নুৰজামালৰ পৰা ২ কেজি গাঞ্জা জব্দ কৰা হয়৷

Related Articles

Leave a Reply

Close