বিনোদনশীৰ্ষ

অসমীয়া গীতৰ কভাৰ পৃষ্ঠাত বলিউডৰ অভিনেত্ৰী

এণ্টাৰটেইনমেণ্ট ডেস্ক, প্ৰথম খবৰ: পোনপ্ৰথমবাৰৰ বাবে অসমীয়া গীতৰ কভাৰ পৃষ্টাত বলীউডৰ অভিনেত্ৰী৷ প্ৰয়াত পূৰ্ণধৰ কলিতাৰ সোঁৱৰণত লিন্টন কলিতাৰ প্ৰযোজনাৰে কিং অফ্‌ মেল’ডি কুমাৰ চানুৰ কণ্ঠত মুক্তি পাবলগীয়া “জোনাকী হাঁহি” শীৰ্ষক অসমীয়া গীতৰ কভাৰ পৃষ্ঠাত এইবাৰ অসমৰ ৰাইজে দেখিবলৈ পাব বলিউডৰ মোহময়ী অভিনেত্ৰী তথা মিছ ইউনিভাৰ্ছ “পূজা হেগডে”ক।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close