অসমশীৰ্ষ

অসম আৰক্ষীৰ তিনি বিষয়াক সালসলনি

নিউজ ডেস্ক, প্ৰথম খবৰ: সোমবাৰে অসম আৰক্ষীৰ তিনি বিষয়াক সালসলনি কৰা হয়। সালসলনি কৰা বিষয়াসমূহৰ ভিতৰত নলবাৰীৰ দৌলাশালৰ ১৪ নং এ পি বি এনৰ কমাণ্ডেণ্ট পংকজ শৰ্মাক বদলি কৰি আৰক্ষীৰ সীমান্ত শাখাৰ অধীক্ষকৰ দায়িত্ব প্ৰদান কৰা হয় আৰু ডিব্ৰুগড়ৰ এফ আৰ আৰ অ’ৰ অধীক্ষক দেৱাশিস শৰ্মাক লিগিৰিপুখুৰীৰ প্ৰথম এ পি বি এনৰ কমাণ্ডেণ্টৰ দায়িত্ব প্ৰদান কৰাৰ লগতে লিগিৰিপুখুৰীৰ প্ৰথম এপি বি এনৰ কমাণ্ডেণ্ট দেৱেন্দ্ৰ ডেকাক দৌলাশালৰ ১৪ নং এ পি বি এনৰ কমাণ্ডেণ্টৰ দায়িত্ব প্ৰদান কৰা হয়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close