অসমশীৰ্ষ

এন আৰ চিৰ খচৰাত বহু অনিয়ম সংঘটিত হৈছে, ৰিপুণ বৰা

গুৱাহাটীৰ পৰা বিশ্বজিৎ দাস, প্ৰথম খবৰ: এন আৰ চিৰ খচৰাত বহুতো অনিয়ম সংঘটিত হোৱাৰ কথা ঘোষণা কৰিছে এ পি চি চিৰ সভাপতি ৰিপুণ বৰাই। এই বিষয় সন্দৰ্ভত সংসদ আৰু কেন্দ্ৰক অৱগত কৰাৰ কথাও উল্লখ কৰে সভাপতিগৰাকীয়ে। আনহাতে ইয়াৰ আঁৰত বিজেপিৰ ৰাজনৈতিক অভিসন্ধি আৰু জাতি-ধৰ্মৰ ওপৰত বিজেপিৰ বিভাজনৰ ষড়যন্ত্ৰ জড়িত থকাৰ কথা উল্লেখ কৰি প্ৰয়োজনত আদালতৰ মজিয়ালৈ যোৱাৰ কথাও উল্লেখ কৰে এ পি চি চিৰ সভাপতি ৰিপুণ বৰাই।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close