অসমআন্তঃৰাষ্ট্ৰীয়শীৰ্ষ

কাবুলত আত্মঘাতী বোমা বিস্ফোৰণ, নিহত ৭

ইণ্টাৰনেচনেল ডেস্ক, প্ৰথম খবৰ: আফগানিস্তানৰ ৰাজধানী কাবুলত সোমবাৰে সংঘটিত হয় এক আত্মঘাতী বোমা বিস্ফোৰণৰ ঘটনা। আৰক্ষীসূত্ৰই জনোৱা মতে এই বিস্ফোৰণত ৭জন লোকৰ মৃত্যু হোৱাৰ লগতে আহত হয় ১৫ জনতকৈও অধিক লোক৷ নিহত লোকসকল হৈছে এম আৰ আৰ ডিৰ কৰ্মী৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close