শীৰ্ষৰাষ্ট্ৰীয়

গণতন্ত্ৰ দিৱসত উপস্থিত থাকিব মাৰ্কিন ৰাষ্ট্ৰপতি

নেচনেল ডেস্ক,প্ৰথম খবৰ:২০১৫ চনৰ গণতন্ত্ৰ দিৱসৰ মুখ্য অতিথি বাৰাক অ’বামৰ পিছত এইবাৰ অৰ্থাৎ ২০১৯ চনত ভাৰতৰ গণতন্ত্ৰ দিৱসৰ মুখ্য অতিথি হিচাপে থাকিব আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close