অসমশীৰ্ষ

গোলকগঞ্জত বাংলাদেশী আটক

গোলকগঞ্জ, প্ৰথম খবৰ: ধুবুৰী জিলাৰ ভাৰত-বাংলাদেশ সীমান্ত অঞ্চলৰ ৰাখালপাঠত বাংলাদেশৰ কুৰিগ্ৰাম জিলাৰ অন্তৰ্গত হাজিপাৰা গাঁৱৰ শ্বহীদুল হক আৰু তাৰিৰহাট গাঁৱৰ নাসিৰ আলীক গোলকগঞ্জ আৰক্ষীয়ে আজি আটক কৰিবলৈ সক্ষম হয়। আনহাতে ইফালে বাংলাদেশীৰ সৈতে জড়িত গোলকগঞ্জ থানাৰ অন্তৰ্গত বিন্নাছৰা প্ৰথম খণ্ড গাঁৱৰ আমিনুৰ ৰহমান(২৫) আৰু মোজিবৰ আলী(৪৮)কো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে।

Related Articles

Leave a Reply

Close