অসম
চলন্ত ৰে’লত পুনৰ বলাৎকাৰ

নিউজ ডেস্ক,প্ৰথম খবৰ: পুনৰ সংঘটিত হ’ল এক জঘন্য কাণ্ড। এইবাৰ স্থান চলন্ত ৰে’ল। বিকাশ দাস আৰু বিপিন কুমাৰ পাণ্ডে নামৰ দুই লম্পতে চলন্ত ৰে’লত এগৰাকী যুৱতীক বলাৎকাৰ কৰি হত্যা কৰে। যুৱতী গৰাকীক বলাৎকাৰ কৰি গামোচাৰে ডিঙি চেপি হত্যা কৰে দুই নৰপিশাচে। মৃত যুৱতী গৰাকী অসম কৃষি বিশ্ববিদ্যালয়ৰ ছাত্ৰী বুলি জানিব পৰা গৈছে।