শীৰ্ষৰাষ্ট্ৰীয়

জিমনাষ্টিক ৱৰ্ল্ড চেলেঞ্জত স্বৰ্ণজয়ী দীপাকলৈ বিগ বিৰ অভিনন্দনকামী টুইট

নেচনেল ডেস্ক, প্ৰথম খবৰ: জিমনাষ্টিক ৱৰ্ল্ড চেলেঞ্জ কাপত ইতিহাস ৰচি দীপা কৰ্মকাৰে স্বৰ্ণ জয় কৰাৰ পিছতেই দীপা কৰ্মকাৰকলৈ সোমবাৰে বিগ বি অমিতাভ বচ্চনে কৰিছে টুইট। এই টুইটত দীপা কৰ্মকাৰক অভিনন্দন জনাই বলীউডৰ জনপ্ৰিয় অভিনেতা অমিতাভ বচ্চনে দীপাই বিশ্বৰ সন্মুখত তেওঁৰ সামৰ্থ্য প্ৰমাণ কৰাৰ লগতে ৱৰ্ল্ড ছেলেঞ্জ কাপত স্বৰ্ণ পদক জয় কৰি দীপা কৰ্মকাৰে অভিলেখ ৰচা বুলি উল্লেখ কৰে৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close