অসম

টীয়কত বাঘৰ পোৱালি উদ্ধাৰ

সোণাৰিৰপৰা ৰাজু মিশ্ৰ,প্ৰথম খবৰ: টীয়ক চাহ বাগিছাত বাঘৰ পোৱালি উদ্ধাৰ৷ বাগিছাৰ শ্ৰমিকে প্ৰত্যক্ষ কৰে বাঘৰ পোৱালিটোক৷ সোণাৰি বন বিভাগে বাগিছাৰ পৰা উদ্ধাৰ কৰি কাৰ্যালটয়লৈ লৈ যায় বাঘৰ পোৱালিটো ৷

Related Articles

Leave a Reply

Close