অসমশীৰ্ষ

ডিমাকুছিত অৰ্দ্ধগলিত মৃত্যদেহ উদ্ধাৰ

ডিমাকু্‌ছিৰ পৰা তীৰ্থ শৰ্মা, প্ৰথম খবৰ: ওদালগুৰি জিলাৰ ডিমাকুছিত আজি পুৱা উদ্ধাৰ হয় এজন যুৱকৰ অৰ্দ্ধগলিত  মৃত্যদেহ। উল্লেখ্য যে উদ্ধাৰ হোৱা এই যুৱকজনক ৩৫ বছৰীয়া গোপাল মণ্ডল বুলি চিনাক্ত কৰাৰ লগতে এওঁক ১ নং উত্তৰ ডিমাকুছিৰ শশী মণ্ডলৰ পুত্ৰ বুলি বুলি চিনাক্ত কৰা হৈছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close