
ডিমাকু্ছিৰ পৰা তীৰ্থ শৰ্মা, প্ৰথম খবৰ: ওদালগুৰি জিলাৰ ডিমাকুছিত আজি পুৱা উদ্ধাৰ হয় এজন যুৱকৰ অৰ্দ্ধগলিত মৃত্যদেহ। উল্লেখ্য যে উদ্ধাৰ হোৱা এই যুৱকজনক ৩৫ বছৰীয়া গোপাল মণ্ডল বুলি চিনাক্ত কৰাৰ লগতে এওঁক ১ নং উত্তৰ ডিমাকুছিৰ শশী মণ্ডলৰ পুত্ৰ বুলি বুলি চিনাক্ত কৰা হৈছে।