শীৰ্ষৰাষ্ট্ৰীয়

দিল্লীত ৩৯ বছৰীয়া এয়াৰ হোষ্টেছৰ আত্মহনন

নেচনেল ডেস্ক, প্ৰথম খবৰ: সোমবাৰে ৰাজধানী দিল্লীত সংঘটিত হয় এক আত্মহননৰ ঘটনা৷ দক্ষিণ দিল্লীৰ পঞ্চছীল পাৰ্কস্থিত বাসগৃহৰ ছাদৰ পৰা জঁপিয়াই আত্মহত্যা কৰে ৩৯ বছৰীয়া অনিছিয়া বট্ৰা নামৰ এগৰাকী এয়াৰ হোষ্টেছে। উল্লেখ্য যে দীৰ্ঘদিন ধৰি অনিছিয়াক স্বামী মায়ংক সিংভি আৰু তেওঁৰ পৰিয়ালে যৌতুকৰ বাবে মানসিক অত্যাচাৰ চলাই অহাৰ অভিযোগ উত্থাপন কৰিছে অনিছিয়াৰ পৰিয়ালে৷ ইতিমধ্যে এই ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে৷

Related Articles

Leave a Reply

Close