অসম

দৰং আৰু ওডালগুৰি সীমাৰ দলংঘাটত চোৰে লুটি নিলে লক্ষাধিক টকা 

প্ৰথম খবৰ,দেওমৰনৈ:কলাইগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত দলংঘাট চ’কৰ যতীন ডেকাৰ সুলভ মুল্যৰ দোকানত তলা ভাঙি দোকানৰ পৰা বিভিন্ন ধৰণৰ প্ৰসাধন সামগ্ৰীৰ লগতে নগদ ধন লৈ যায়।

চি চি টিভিৰ ফুটেজ অনুসৰি যোৱা ৫ জুলাইত নিশা ১২:৩০ বজাৰ পৰা ১:৩০ বজাত চোৰে তলা ভাঙি প্ৰৱেশ কৰিছিল শইকীয়াৰ দোকানত সাম্প্ৰতি শইকীয়াই দলংঘাট পেট্ৰ’লিং প’ষ্টত গোচৰ ৰুজু কৰিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close