অসমশীৰ্ষ

দৰঙৰ খাৰুপেটীয়াত বিধ্বংসী অগ্নিকাণ্ড

প্ৰথম খবৰ, মংগলদৈ: দৰঙ জিলাৰ খাৰুপেটীয়াত বৃহস্পতিবাৰে সংঘটিত হয় এক বিধ্বংসী অগ্নিকাণ্ড৷ খাৰুপেটীয়াৰ লাভলী হোটেলৰ ওপৰমহলাত সংঘটিত হোৱা এই বিধ্বংসী অগ্নিকাণ্ডত জাহ যায় লাখ লাখ টকা মূল্যৰ বহু মূল্যৱান ব্যৱসায়ীক সামগ্ৰী৷ উল্লেখ্য যে ইলেকট্ৰিক শ্বৰ্ট চাৰ্কিটৰ ফলতেই হোটেলখনত সূত্ৰপাত হয় এই অগ্নিকাণ্ডৰ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close