বিনোদনশীৰ্ষ

ধোনী প্ৰেমীৰ বাবে সুখবৰ

নেচনেল ডেস্ক,প্ৰথম খবৰ: ভাৰতীয় ক্ৰিকেটাৰ মহেন্দ্ৰ সিং ধোনীৰ দূৰন্ত অনুৰাগীৰ বাবে ব্ৰেকিং নিউজ। ক্ৰিকেটৰ তাৰকাগৰাকীৰ জীৱনৰ ওপৰত ভিত্তি কৰি ২০১৬ চনত মুক্তি পাইছিল “এম এইছ ধোনী-দা আনটোল্ড ষ্টোৰী” নামৰ চিনেমাখন। বিশেষ সূত্ৰই প্ৰকাশ কৰা মতে এই ছবিখনৰ চিকুৱেল নিৰ্নাণ কৰিব। এইখন ছবিত ধোনী ভাৰতীয় ক্ৰিকেট দলটোৰ অধিনায়ক হৈ কিদৰে বিশ্বকাপত চেম্পিয়ন হৈছিল লগতে আই পি এলৰ কাহিনীও সন্নিবিষ্ট কৰা হ’ব বুলি জানিব পৰা গৈছে। পূৰ্বৰ দৰে এইবাৰো অভিনেতা সুষান্ত সিং ৰাজপুতক ধোনীৰ ভূমিকাত দেখা পোৱা যাব।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close