অসমশীৰ্ষ

ধৰ্ষিতা যুৱতীৰ পৰিয়াললৈ দৰদ সমাজ কল্যান বিভাগৰ

নিউজ ডেস্ক, প্ৰথম খবৰ:  চলিত ৰেলত ধৰ্ষণৰ বলি হৈ মৃত্যুক আঁকোৱালি লোৱা যুৱতীৰ প্ৰতি দৰদ দেখুৱাই সমাজ কল্যান বিভাগৰ পৰা ধৰ্ষিতা যুৱতীৰ পৰিয়াললৈ আগবঢ়াই ২ লাখ টকাৰ সাহাৰ্য্য। যুৱতী গৰাকীৰ বাসগৃহত উপস্থিত হৈ প্ৰমিলা ৰাণী ব্ৰহ্মই সমবেদনা জ্ঞাপন কৰাৰ উপৰিও মৃত যুৱতী গৰাকীৰ ভগ্নীলৈ ৰেল বিভাগত চাকৰি দিয়াৰ কথা আলোচনা কৰি থকা বুলি মত প্ৰকাশ কৰে মন্ত্ৰী গৰাকীয়ে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close