শীৰ্ষৰাষ্ট্ৰীয়

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাত জেডি(ইউ)এ

নেচনেল ডেস্ক, প্ৰথম খবৰ: নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে এইবাৰ থিয় দিছে জেডি(ইউ)এ৷ সোমবাৰে দিল্লীত বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা এক কাৰ্যনিৰ্বাহকত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত লয় জেডি(ইউ)এ। সোমবাৰৰ এই অনুষ্ঠানত জাতিধ্বংসী বিধেয়কখনে অসম তথা উত্তৰ–পূবাঞ্চলৰ জনগাঁথনিৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা বুলি মন্তব্য আগবঢ়ায় জেডি(ইউ)এৰ মুখপাত্ৰ কে চি ত্যাগীয়ে৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close