অসম

পুনৰ ৮ বছৰীয়া  শিশু ধৰ্ষণ

নিউজ ডেস্ক, প্ৰথম খবৰ:  ৰাজ্যত ইটোৰ পিছত সিটো ধৰ্ষণ কাণ্ডৰ পিছত সমগ্ৰ ৰাজ্যতে এক চাঞ্চল্যকৰ পৰিবেশে বিৰাজ কৰিছে। দুদিন পূৰ্বে সংঘটিত হোৱা চলন্ত ৰেলৰ ধৰ্ষণ কাণ্ডৰ পিছত পুনৰ সংঘটিত হল এক জঘন্য কাণ্ড।এইবাৰ ধৰ্ষণৰ বলি হল এটি ৮ বছৰীয়া শিশু। শোণিতপুৰ জিলাৰ মিছামাৰীৰ বেলশিৰিত সংঘটিত হয় এই জঘন্য কাণ্ড। ঘৰত কোনো নোহোৱাৰ চেগ বুজি প্ৰকাশ কুৰ্মী নামৰ লম্পটটোৱে সংঘটিত কৰে এই জঘন্য কাণ্ড।

Related Articles

Leave a Reply

Close