অসমশীৰ্ষ

ফেচবুকত এন আৰ চিৰ ওপৰত বিতৰ্কিত মন্তব্য কৰি গ্ৰেপ্তাৰ যুৱক

নিউজ ডেস্ক, প্ৰথম খবৰ: ফেচবুকত এন আৰ চিক লৈ বিতৰ্কিত মন্তব্য কৰাৰ পিছত বৃহস্পতিবাৰে গ্ৰেপ্তাৰ হয় হাইলাকান্দিৰ এজন যুৱক। উল্লেখ্য যে ছাবিৰ শ্বাহ নামৰ যুৱকজনে বিনা কাৰণত এন আৰ চিৰ খচৰাত বঙালীসকলৰ নাম কটাৰ নিৰ্দেশ দিয়া হৈছে বুলি ফেচবুকত বিতৰ্কিত মন্তব্য কৰাৰ পিছতে আজি পুৱা হাইলাকান্দি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে যুৱকজনক।

Related Articles

Leave a Reply

Close