অসম

বহিঃৰাজ্যত নিৰুদ্দেশ অসমীয়া যুৱক

নিউজ ডেস্ক, প্ৰথম খবৰ:  বহিঃৰাজ্যত নিৰুদ্দেশ সোণাৰিৰ যুৱক। সোণাৰিৰ মাহমৰা দেউঘৰীয়াৰ যুৱক ৰাতুল দাসে অন্য দুজন সতীৰ্থৰ সৈতে চেন্নাইলৈ কৰ্মৰ সন্ধানত যাওঁতে সন্ধানহীন। ইতিমধ্যে ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে কাকতিবাৰী আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close