অসমশীৰ্ষ

বৰঝাৰত কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিং

নিউজ ডেস্ক, প্ৰথম খবৰ: সোমবাৰে আবেলিৰ ভাগত বৰঝাৰ বিমান বন্দৰত আহি উপস্থিত হয় কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিং৷ বৰঝাৰত আহি পোৱাৰ লগে লগে বিমান বন্দৰৰ পৰা গৃহমন্ত্ৰীগৰাকীয়ে পোনে পোনে ৰাওনা হয় শ্বিলঙলৈ। উল্লেখ্য যে শ্বিলঙত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত উত্তৰ-পূব পৰিষদৰ বৈঠকত অধ্যক্ষতাৰ বাবে আহিছে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close