অসমশীৰ্ষ

বৰপেটাত শ্বাইন ষ্টাৰ ক্লাৱৰ উদ্যোগত আয়োজিত গ্ৰীষ্মকালীন পাঠদান শিবিৰৰ সামৰণি

বৰপেটাৰপৰা ছফিক আহমেদ, প্ৰথম খবৰ: বৰপেটাৰ অগ্ৰণী সামাজিক-সাংস্কৃতিক অনুষ্ঠান শ্বাইন ষ্টাৰ ক্লাৱৰ উদ্যোগত আৰু ধানবান্ধা হাইস্কুলৰ সহযোগত বৰপেটাত অনুষ্ঠিত হোৱা ৪ৰ্থ বাৰ্ষিক গ্ৰীষ্মকালীন পাঠদান শিবিৰৰ দেওবাৰে সামৰণি পৰে৷ দেওবাৰে সামৰণি পৰা এই অনুষ্ঠানত ছাত্র-ছাত্ৰী সকলৰ দ্বাৰা গীত-মাত প্ৰদৰ্শন কৰাৰ লগতে বিভিন্ন বিনোদনধৰ্মী কাৰ্য্যসূচী ৰূপায়ণ কৰে উদ্যোক্তা কৰ্তৃপক্ষই৷

Related Articles

Leave a Reply

Close