অসমখেলশীৰ্ষ

বৰপেটা জিলা জুনিয়ৰ ফুটবল দল ঘোষণা

বৰপেটাৰপৰা ছফিক আহমেদ প্ৰথম খবৰ: তিনিচুকীয়াত হবলগীয়া ৫৫ তম আন্ত:জিলা জুনিয়ৰ ফুটবল খেলখনৰ বাবে ঘোষণা কৰা হৈছে বৰপেটা জিলা ফুটবল দল। ঘোষণা কৰা এই দলটোত আছে মালিন পাঠক, কেচাৰ জ্যোতি পাঠক, দিগন্ত বড়ো, ৰবেন বড়ো, আলজেন মুন্দ্ৰী, কুনাল দাস, নজিবুল ইছলাম, অমিত ঠাকুৰীয়া, বিকি লামা, মনোৱাৰ ৰহমান, নকুল ৰায়, জানমণি দাস, মহিউদ্দিন আলমগীৰ, ওছমান আলী, ভৃগু দাস, আতিকুৰ আলী, ৰাচিদুল হক আৰু ৰিংকু আলী। উল্লেখ্য যে এই দলটোৰ দায়িত্বত থাকিব বাচুদেব ওজা আৰু বিজন নাথ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close