অসমশীৰ্ষ

মংগলদৈত ভয়ানক বাইক দুৰ্ঘটনা, এজনৰ অৱস্থা সংকটজনক

প্ৰথম খবৰ, মংগলদৈ: আজি কিছু সময় পূৰ্বে মঙ্গলদৈৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ এন আৰ এল ধাবাৰ ওচৰত সংঘটিত হয় এক ভয়ানক বাইক দুৰ্ঘটনা। এল্ট’ আৰু বাইকৰ মাজত সংঘটিত হোৱা এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় বাইক আৰোহী কুশল ডেকা আৰু অৰূপ বৰুৱা নামৰ দুজন যুৱক। ইয়াৰে গুৰুতৰভাৱে আহত কুশল ডেকা নামৰ যুৱকজনৰ অৱস্থা বৰ্তমান সংকটজনক বুলি জানিব পৰা গৈছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close