অসমশীৰ্ষ

মাছ খাওঁতে সাৱধান! মানুহৰ মৰাশত ব্যৱহাৰ কৰা ফৰ্মেলিন চালানী মাছত

নিউজ ডেস্ক, প্ৰথম খবৰ: আপুনি মই আৰু প্ৰত্যকগৰাকী আমীষভোজী মানুহৰবাবে মাছ হয়তো প্ৰিয় খাদ্য৷ কিন্তু এই মাছ খাওঁতে আমি এতিয়া সাৱধান হ’বৰ হ’ল৷ কিয়নো গুৱাহাটীৰ মাছৰ বজাৰত এতিয়া ধৰা পৰিছে মৃতদেহক সতেজ কৰি ৰাখিবলৈ ব্যৱহাৰ কৰা ভয়ংকৰ ফৰ্মেলিনৰ অৱস্থিতি।

উল্লেখ্য যে যোৱা ২৯ জুনত মন্ত্ৰী পিয়ুষ হাজৰিকাৰ উপস্থিতিত খাদ্য সুৰক্ষা বিভাগে লখৰাৰ বজাৰৰ পৰা সংগ্ৰহ কৰা চালানী মাছৰ সংগৃহীত নমুনাত ইতিমধ্যে ধৰা পৰিছে বিষাক্ত ফৰ্মেলিনৰ অৱস্থিতি আৰু যাৰ ফলত এতিয়া চালানী মাছৰ বিক্ৰী বন্ধ হোৱাৰ সম্ভাৱনাই দেখা দিছে গুৱাহাটী মহানগৰীত৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close