অসম

মৰাণত নৱ বিবাহিতা যুৱতীৰ আত্মহত্যা

 প্ৰথম খবৰ, মৰাণ:  মৰাণত ডিঙিত ফাঁচলৈ কঠাল গছত ওলমি থকা অৱস্থাত নৱ বিবাহিতা বোৱাৰী মৃতদেহ উদ্ধাৰক লৈ তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি। মৰাণ ডোমৰ দলং চাহবাগিছাৰ বৰুৱাহোলা ১২ নং লাইনৰ সঞ্জিৎ কৰুৱাৰ নৱ বিবাহিতা পত্নী অষ্টমী কৰুৱাই আত্মহত্যা কৰিলে নে কোনোবাই পৰিকল্পিতভাৱে হত্যা কৰিলে তাক লৈ ৰহস্য সৃষ্টি হৈছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close