অসমশীৰ্ষ

মৰাণত শ্ৰমিকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

প্ৰথম খবৰ, মৰাণ: মৰাণ শান্তিপুৰ কৃষ্ণ বৰুৱা ৱেলডিং ৱৰ্কছপৰ দ্বিতীয় মহলাত আজি ৰহস্যজনক অৱস্থাত উদ্ধাৰ হয় এজন শ্ৰমিকৰ মৃতদেহ। নিজকে তিনিচুকীয়াৰ বৰসাপজানৰ কৰ্মকাৰ বুলি পৰিচয় দিয়া এই মৃতদেহ উদ্ধাৰক লৈ উক্ত অঞ্চলত তীব্ৰ চাঞ্চল্যই বিৰাজ কৰে যদিও বৰ্তমান মৃতদেহটো উদ্ধাৰ কৰি ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close