অসম

মৰাণৰ নৈত মৃতদেহ উদ্ধাৰ

প্ৰথম খবৰ,মৰাণ:মৰাণৰ চেপন টিফুকত দিৰৈ নদীত পুৰুষৰ মৃতদেহ উদ্ধাৰ। মৃতদেহটো শ’লগুৰি নতুন লাইনৰ ৰমেশ কছাৰী(৪৮) বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে। টিফুক গাঁৱৰ প্ৰমোদ শেনছোৱা ঘৰত হালোৱা হিচাপে আছিল ৰমেশ কছাৰী। বিগত দেওঁবাৰৰ পৰা নিৰুৰ্দ্দেশ  হৈ আছিল ৰমেশ কছাৰী।

 

Related Articles

Leave a Reply

Close