অসম

সোণাৰিত বিদুৎ বিভাগৰ কৰ্মচাৰীৰ মৃত্যু

সোণাৰিৰপৰা ৰাজু মিশ্ৰ,প্ৰথম খবৰ: সোণাৰিত শক্তি বিভাগত পুনৰ অঘটন। ৰাইজৰ অভিযোগ মতে বিদুৎ বিভাগৰ চূড়ান্ত গাফিলতিত গুৰুতৰভাৱে আহত এজন অস্থায়ী কৰ্মচাৰী। সাপেখাতী ধুনীয়া পথাৰ গাঁৱত বিদুৎ পৰিবাহী খুটাত কাম কৰি থকা অৱস্থাতে অঘটন। কাম কৰি থকা অৱস্থাত বিদুৎ সংযোগ কৰি দিয়াত খুটাৰ পৰা বাগৰি পৰিল কৰ্মচাৰী জন। অস্থায়ী কৰ্মচাৰীজনৰ নাম অচিনী দত্ত। ঘৰ সাপেখাতী আটাল পথাৰ গাঁৱত। অতি সংকট জনক অৱস্থাত ডিব্ৰুগড়লৈ প্ৰেৰণ কৰে কৰ্মচাৰীজনক।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close