অসমশীৰ্ষ

হঠাৎ তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰত সাংসদ আৰ পি শৰ্মা

তেজপুৰৰ পৰা অপুৰ্ব বৰা, প্ৰথম খবৰ: তেজপুৰৰ সাংসদ ৰাম প্ৰসাদ শৰ্মাই ৰাইজৰ দৃষ্টি নিবদ্ধ কৰিব পৰা যিকোনো কামেই কৰে। ইয়াৰ সমান্তৰালকৈ আজি আকস্মিকভাৱে তেজপুৰৰ কেন্দ্ৰীয় কাৰাগাৰত প্ৰৱেশ কৰে সাংসদগৰাকীয়ে। সাংসদগৰাকীয়ে আজি কাৰাগাৰত প্ৰৱেশ কৰি কাৰাগাৰত থকা কাৰাবন্দী সকলৰ লগত আলোচনা কৰাৰ লগতে কাৰাবন্দী সকলৰ বিভিন্ন সমস্যাৰ বিষয়ে বুজ লয় আৰু অবৈধ নাগৰিকৰ সন্দেহত আটক কৰি কাৰাবন্দী কৰি ৰখা লোকসকলৰ সম্পৰ্কতো নিজৰ মত বিনিময় কৰে।

Related Articles

Leave a Reply

Close