অসমবিনোদনশীৰ্ষ

হিমাদাসৰ জীৱনৰ আধাৰত অক্ষয়ৰ ছবি

এণ্টাৰটেইনমেণ্ট ডেস্ক, প্ৰথম খবৰ: অসমবাসীৰ বাবে এক সুখৱৰ। অলপতে স্বৰ্ণপদকেৰে বিশ্ব জিনিবলৈ সক্ষম হোৱা অসমৰ ধিংনিবাসী জিয়ৰী তথা অসম সন্তান হিমাদাসৰ ওপৰত ছবি নিৰ্মাণ কৰিব বলিউডৰ জনপ্ৰিয় অভিনেতা অক্ষয়কুমাৰে। শেহতীয়াকৈ এক মন্তব্যত এই ইচ্ছা প্ৰকাশ কৰিছে বলিউডৰ জনপ্ৰিয় অভিনেতা অক্ষয়কুমাৰদেৱে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close